ধেমাজিত বান-খহনীয়া পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ…

ধেমাজিত বান-খহনীয়া পৰিদৰ্শন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। বিশেষভাৱে ধেমাজিত ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, গাইনদী, জীয়াধল, ন-নদীৰ আদিৰ বানত জুৰুলা বিস্তৃৰ্ণ অঞ্চল।

তাৰোপৰি অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৫০ টাতকৈ অধিক সৰু-বৰ বহু খৰস্ৰোতা নৈ সমূহে আকস্মিকভাৱে বান আৰু খহনীয়াৰ সৃষ্টি কৰিছে।আজি ধেমাজি সমষ্টিৰ অন্তৰ্গত মিংমাং, বৰলাজান, নাহৰজান, জেংৰাই, বদতি, চাউলধোৱা, গেৰমে নদীৰ এই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পেগুৱে।

Related Articles