আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব অসম সন্তান ৰিয়ান পৰাগে…

আজি প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব অসম সন্তান ৰিয়ান পৰাগে।

আজিৰে পৰা জিম্বাবৱেৰ বিৰুদ্ধে T20 শৃংখলা আৰম্ভ কৰিব ভাৰতে৷

মেচখন জিম্বাবৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ভাৰত আৰু জিম্বাবৱেৰ মাজত পাঁচখনীয়া শৃংখলাৰ আজি প্ৰথমখন মেচ।

ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৪.৩০ বজাত অনুষ্ঠিত হ’ব মেচখন।

Related Articles