অসম চৰকাৰে আৰম্ভ কৰিছে স্কুলৰ শিক্ষকসকলক হাতৰ আখৰৰ প্ৰশিক্ষণ…

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে স্কুলৰ শিক্ষকসকলক হাতৰ আখৰৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে।

২১০০ শিক্ষকে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে আৰু ফলাফল আমাৰ হাতত আছে বুলি জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

চাংসাৰি আদৰ্শ হাইস্কুলৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ হাতৰ আখৰৰ নমুনা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি এই কথা জনাই।

Related Articles