জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কাকপথাৰৰ ছাত্ৰীৰ মৃত্যু৷
কাকপথাৰ কাছিজান গাঁৱৰ জিব্দ মৰাণৰ কন্যা ভায়লীনা মৰাণে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱতিবলগীয়া হয়৷
আজি পুৱাৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধিন হৈ থকা অৱস্থাত মৃত্যু বৰণ হয় ছাত্ৰীগৰাকী।