ইউৰো কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিলে ইংলেণ্ডে… ক্রীড়া-জগত By দৈনন্দিন বাৰ্তা Last updated Jul 11, 2024 0 38 Share ইউৰো কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিলে ইংলেণ্ডে। নেডাৰলেণ্ডক ২-১ গলত পৰাস্ত কৰি ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ ইংলেণ্ডৰ। ফাইনেলত স্পেইনৰ প্ৰতিদ্বন্দ্বী হ’ব ইংলেণ্ড। sports 0 38 Share