Breaking

যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক লক্ষ্ণৌৰ পৰা উদ্ধাৰ…

0 22

যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক উদ্ধাৰ ৷ লক্ষ্ণৌৰ পৰা উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সুশিন্দৰ ৰায়ক ৷

কিন্তু এতিয়াও সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাহুল সিং৷

২০ ফেব্ৰুৱাৰীতে সন্ধানহীন হৈছিল ৰাহুল৷

Leave A Reply

Your email address will not be published.