বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Jul 13, 2024 0 32 Share বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অভিযান। অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে চলায় অভিযান । ভূটানৰ পৰা সুৰা আনি কৰি আহিছিল বটলিং। আবকাৰী বিভাগৰ অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক। উদ্ধাৰ নকল লেবেলৰ লগতে ভিন্ন ব্ৰেণ্ডৰ খালী বটল। ASSAMCRIME 0 32 Share