অসম লোকসেৱা আয়োগৰ আৰ্হিত নহয় ADREৰ পৰীক্ষা…

অসম লোকসেৱা আয়োগৰ আৰ্হিত নহয় ADREৰ পৰীক্ষা।

প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিৱৰ্তে হ’ব মূল আৰু মৌখিক পৰীক্ষাহে।

সামাজিক মাধ্যমযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles