ছোমালিয়াৰ ৰাজধানী মোগাদিছুত বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু… মৃত্যু By দৈনন্দিন বাৰ্তা Last updated Jul 15, 2024 0 13 Share ছোমালিয়াৰ ৰাজধানী মোগাদিছুত বোমা বিস্ফোৰণ। বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু, ২০ জন আহত। মোগাদিছুৰ এখন কেফেৰ বাহিৰত শক্তিশালী বোমা বিস্ফোৰণ। ইউৰো কাপৰ ফাইনেল উপভোগ কৰি থকাৰ সময়তে এই বিস্ফোৰণ। বোমা বিস্ফোৰণত কোন জড়িত সেয়া পোহৰলৈ অহা নাই। DEATH 0 13 Share