ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক ফজিয়েল হকক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক… অপৰাধঅসম By দৈনন্দিন বাৰ্তা Last updated Jul 15, 2024 0 27 Share CM ভিজিলেন্সৰ জালত ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক। উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক উপ-পৰিদৰ্শক ফজিয়েল হকক। গোচৰ মীমাংসাৰ নামত ভুক্তভোগীৰ পৰা দাবী কৰিছিল ৩০ হাজাৰ টকা। ৮ হাজাৰ টকা উৎকোচ লৈ থাকোঁতেই গ্ৰেপ্তাৰ বিষয়াজন। ASSAMCRIME 0 27 Share