বিহাৰৰ VIP পাৰ্টীৰ অধ্যক্ষ মুকেশ সাহানীৰ পিতৃক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ… মৃত্যু By দৈনন্দিন বাৰ্তা Last updated Jul 16, 2024 0 14 Share বিহাৰৰ VIP পাৰ্টীৰ অধ্যক্ষ মুকেশ সাহানীৰ পিতৃক হত্যা। জীতন সাহানীক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ। ঘৰৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ জীতন সাহানীৰ মৃতদেহ। চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা জীতন সাহানীক। DEATH 0 14 Share