গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Jul 16, 2024 0 38 Share গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ। কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি। GRP, RPFৰ অভিযানত জব্দ চুপাৰিখিনি। ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি। CRIME 0 38 Share