নগাঁৱৰ ভকতগাঁও বজাৰ তিনিআলিত আৰক্ষীৰ অভিযানত জব্দ 7.65mm ফেক্টৰী নিৰ্মিত পিষ্টল… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Jul 16, 2024 0 23 Share নগাঁৱৰ ভকতগাঁও বজাৰ তিনিআলিত আৰক্ষীৰ অভিযান ৷ হয়বৰগাঁও আৰক্ষীৰ অভিযানত জব্দ 7.65mm ফেক্টৰী নিৰ্মিত পিষ্টল, ৪ জাঁই সক্ৰিয় গুলীও জব্দ কৰে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত আবু বক্কৰ ছিদ্দিক, ছিদ্দিক আলী আৰু আবু ছাহিদক আটক৷ ASSAMCRIME 0 23 Share