নিউ বঙাইগাঁৱৰ ৰে’লৱে ষ্টেচনৰ পৰা জব্দ ১১খন সোণৰ বিস্কুট ! উত্তৰ প্ৰদেশৰ দুই ব্যক্তিয়ে সৰবৰাহ কৰিছিল সোণখিনি…

নিউ বঙাইগাঁৱৰ ৰে’লৱে ষ্টেচনৰ পৰা জব্দ ১১খন সোণৰ বিস্কুট।

কুণ্ডন কুমাৰ জয়চোৱাল আৰু চান্নি নামৰ দুজন ব্যক্তিকো আটক। উত্তৰ প্ৰদেশৰ দুই ব্যক্তিয়ে সৰবৰাহ কৰিছিল সোণখিনি।

ব্যক্তিকেইজনৰ পৰা GRPয়ে উদ্ধাৰ কৰিছে বিদেশী মুদ্ৰাও।

Related Articles