ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ।
জাপানিজ এনকেফেলাটিজত আক্ৰান্ত হৈ মৃত্যু আমচৈ নকুছিৰ ১৩ বছৰীয়া মাধুৰ্য কোঁৱৰৰ ।
নকুছিৰ পুণেশ্বৰ কোঁৱৰৰ পুত্ৰ মাধুৰ্য। আঠ দিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছিল মাধুৰ্য।
মঙ্গলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাধুৰ্যৰ।
মৰমলগা কিশোৰটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে, বৃহত্তৰ অঞ্চলটোত ।