উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত… ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় By দৈনন্দিন বাৰ্তা Last updated Jul 18, 2024 0 66 Share উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। ১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখনৰ দুৰ্ঘটনাত কেইবাজনো লোক আহত। লাইনচ্যুত হৈ বাগৰিল দুটাকৈ ডবা। UTTRA PRADESH 0 66 Share