ৰাজ্যজুৰি অহা ৬ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৫… অসমশিক্ষা By দৈনন্দিন বাৰ্তা Last updated Jul 20, 2024 0 47 Share ৰাজ্যজুৰি অহা ৬ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৫। এই গুণোৎসৱে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত দিশসমূহৰ মূল্যায়ন কৰিব বুলি দৃঢ় বিশ্বাসী শিক্ষামন্ত্ৰী ৰণোজ পেগু । ASSAM 0 47 Share