যোগীঘোপাৰ সাঁকোমুৰাত পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু… মৃত্যু By দৈনন্দিন বাৰ্তা Last updated Jul 21, 2024 0 14 Share যোগীঘোপাৰ সাঁকোমুৰাত শোকাৱহ ঘটনা। পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু। মাছ মাৰিবলৈ গৈ মৃত্যু নিৰঞ্জন ৰায় নামৰ লোকজনৰ। ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহটো। DEATH 0 14 Share