গোৱালপাৰাৰ কৃষ্ণাইৰ চেনীমাৰীত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে প্ৰাথমিক তদন্ত। মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

দুৰ্বৃত্তই যুৱতীগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।