পশ্চিম যোৰহাটত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক… দুৰ্ঘটনামৃত্যু By দৈনন্দিন বাৰ্তা Last updated Jul 22, 2024 0 21 Share পশ্চিম যোৰহাটত শোকাৱহ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক৷ উপ-পথত ৰৈ থকা অৱস্থাতে কিশোৰীগৰাকীক খুন্দা ডাম্পাৰৰ৷ ACCIDENTDEATH 0 21 Share