চাউলৰ বস্তা মূৰত লৈ বঙাইগাঁৱত বিশেষ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস…

চাউলৰ বস্তা মূৰত লৈ বঙাইগাঁৱত বিশেষ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বঙাইগাঁৱত সংগৃহীত ধানৰ চাউল বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ। উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে আমাৰ স্থানীয় কৃষকৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰাই চাউল উৎপাদন কৰি সমবায় সমিতিৰ জৰিয়তে সুলভ মূল্যৰ দোকানত সেই চাউল যোগান ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত চাউলখিনি বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজি বঙাইগাঁও আৰু বিশ্বনাথ জিলাৰ পৰা এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়৷

Related Articles