বৰ্তমানো সন্ধানহীন সংগীত পৰিচালক ৰমেন বৰুৱা! ৰমেন বৰুৱাৰ কন্যাক বিচাৰি লতাশিলৰ বাসগৃহত আৰক্ষী…

বৰ্তমানো সন্ধানহীন সংগীত পৰিচালক ৰমেন বৰুৱা! সকলোৱে মুখে মুখে প্ৰশ্ন ক’ত হেৰাল সংগীত পৰিচালক ৰমেন বৰুৱা। আনহাতে ৰমেন বৰুৱাৰ কন্যাক বিচাৰি লতাশিলৰ বাসগৃহত আৰক্ষী উপস্থিত হয়।

কিন্তু ঘৰত নাই বৰুৱাৰ কন্যা।

ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা বৰ্তমান আছে জাপৰীগোগৰ আত্মীয়ৰ ঘৰত।

Related Articles