বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান… অসম By দৈনন্দিন বাৰ্তা Last updated Jul 24, 2024 0 68 Share বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাক বিচাৰি ধুবুৰী ব্ৰহ্মপুত্ৰ বুকুত SDRF ৰ অভিযান। পুৱাৰে পৰা আৰম্ভ হৈছে অভিযান। ধুবুৰীৰ পৰা আৰম্ভ হৈ ভাৰত বাংলাদেশ সীমান্ত লৈ চলিছে অভিযান। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে বিশিষ্ট সংগীত পৰিচালক গৰাকী। ASSAM 0 68 Share