মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Jul 25, 2024 0 20 Share মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযান। হাতীগাঁৱৰ নটবমাৰ পৰা জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন । অলি দেৱী নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ ১৩ পেকেট হেৰ’ইন । ASSAMCRIME 0 20 Share