আজিৰে পৰা পেৰিছত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ, অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে পেৰিছলৈ লাভলীনা বৰগোঁহাই…

আজিৰে পৰা পেৰিছত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ, অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে পেৰিছলৈ লাভলীনা বৰগোঁহাই। ৩১ জুলাইত বক্সিং ৰিঙত নামিব লাভলীনা। পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে ১১৭ গৰাকী প্ৰতিযোগীয়ে।

স্থানীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব অলিম্পিক। ১৯ দিন ধৰি পেৰিছত চলিব বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া মহোৎসৱ। বিশ্বৰ ২০৬খন দেশৰ ১০,৫০০ খেলুৱৈয়ে অংশ ল’ব। পেৰিছৰ সুদৃশ্য ৩৫টা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল। অসমৰ লাভলীনাক লৈ আশাবাদী দেশবাসী।

Related Articles