অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দল কোৱাৰ্টাৰ ফাইনেলত…

বৃহস্পতিবাৰে দিনৰ শেষত চমক দিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলে।  ৩ নম্বৰত শেষ কৰি পোনে পোনে অন্তিম আঠৰ টিকট নিশ্চিত কৰে ভাৰতীয় পুৰুষ দলে।

প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ মুঠ স্ক’ৰ ২০১৩। ৬৭৬ পইণ্ট স্ক’ৰ কৰে তৰুণদীপ ৰায়ে, প্ৰবীণ যাদৱে সংগ্ৰহ কৰে ৬৫৮ পইণ্ট।২০২৫ পইণ্ট স্ক’ৰ কৰি দ্বিতীয় স্থানত আছে ফ্ৰান্স।

 অংকিতাই স্ক’ৰ কৰিছিল ৬৬৬ পইণ্ট। পুৰুষ আৰু মহিলা দলৰ সৰ্বোচ্চ স্ক’ৰাৰ যোগ সংখ্যাৰে নিৰ্ধাৰিত হয় মিক্সড টীম স্ক’ৰ।দলগত ইভেণ্টত তৃতীয় হ’লেও মিক্সড টীম ইভেণ্টত পঞ্চম স্থানত শেষ কৰিছে ভাৰতে।

 

Related Articles