এতিয়াৰে পৰা আয়ুস্মান কাৰ্ডেৰে কেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

আয়ুষ্মান ভাৰত সন্দৰ্ভত চৰকাৰৰ নতুন সিদ্ধান্ত
এতিয়াৰে পৰা সকলোৱে লাভ নকৰিব ব্যক্তিগত চিকিৎসালয়ৰ সুবিধা


সাধাৰণ ৰোগত আক্রান্ত ৰোগীয়ে ব্যক্তিগত চিকিৎসালয়ত নাপাব সুবিধা
কেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা

ফেচবুকযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

Related Articles