ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ…

ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ৷

কৰ্কট ৰোগত আক্ৰান্ত এগৰাকীৰ মহিলাৰ চিকিৎসাৰ বাবে সহায়ৰ নামত লুণ্ঠন৷ মানসী বৰুৱা নামৰ ৩৪ বছৰীয়া এগৰাকী মহিলাৰ চিকিৎসাৰ নামত লুণ্ঠন৷

মহিলাগৰাকী আৰু দুই কণমানিৰ ফটো ব্যৱহাৰ কৰি সংগ্ৰহ কৰিছে ধন৷

Related Articles