গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰী বৰদল পথত বন্যহস্তীৰ বিচৰণ… অসমপ্ৰকৃতি By দৈনন্দিন বাৰ্তা Last updated Jul 27, 2024 0 21 Share গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ। আমবাৰী-বৰদল পথত অৱস্থান বন্যহস্তীৰ জাকটোৰ। বহু পৰলৈকে বন্ধ হৈ পৰে পথটোৰে যান-বাহনৰ চলাচল। পাছলৈ বৰদল বনাঞ্চলত আশ্ৰয় লয় হাতীৰ জাকটোৱে। বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাইছে অঞ্চলটোৰ ৰাইজে। ASSAM 0 21 Share