অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়! মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন… অসম By দৈনন্দিন বাৰ্তা Last updated Jul 27, 2024 0 40 Share মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন। শুকুৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল। আজি মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং। মেঘালয় পর্যটন উদ্যোগত ব্যাপক প্রভাৱ পৰিছে। অসমৰ গাড়ী মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰাৰ অভিযোগ। ASSAMmeghalaya 0 40 Share