ভাৰত-শ্ৰীলংকাৰ প্ৰথম T20ত ভাৰতৰ জয়, শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৫ ৰান দি ৩টা উইকেট দখল ৰিয়ান পৰাগৰ… ক্রীড়া-জগত By দৈনন্দিন বাৰ্তা Last updated Jul 28, 2024 0 33 Share ভাৰত-শ্ৰীলংকাৰ প্ৰথম T20ত ভাৰতৰ জয়। ৪৩ ৰানত শৃংখলাৰ প্ৰথম মেচত জয়ী ভাৰত। শৃংখলাৰ প্ৰথম মেচত ৰিয়ান পৰাগৰ দুৰ্দান্ত বলিং। ৮টা বলত মাত্ৰ ৫ ৰান দি ৩টা উইকেট দখল ৰিয়ানৰ। Riyan Paragsports 0 33 Share