July 28, 2024 হঠাৎ অসুস্থ জুবিন গাৰ্গ! নেমকেয়াৰ হাস্পতালত ভৰ্তি জুবিন গাৰ্গক… Share FacebookTwitterWhatsAppTelegramKooEmail হঠাৎ অসুস্থ জুবিন গাৰ্গ। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি শিল্পীগৰাকীক। আজি পুৱা ১০ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক। বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই। Related Articles পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাসকলৰ চাকৰি হেৰুৱা প্ৰসংগত উত্তাল বিধানসভা । Legislative Assembly দৈনন্দিন বাৰ্তা - March 12, 2025 দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ । amit shah দৈনন্দিন বাৰ্তা - March 12, 2025 Ruji Mudoi: মুখ্যমন্ত্ৰীলৈ সামাজিক মাধ্যমত আৱেগিক প’ষ্ট এগৰাকী যুৱতীৰ দৈনন্দিন বাৰ্তা - March 12, 2025