পুনৰ বৃদ্ধি পালে আলুৰ দাম ! প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি… অৰ্থনীতিঅসম By দৈনন্দিন বাৰ্তা Last updated Jul 28, 2024 0 27 Share জনতাৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে আলুৰ দাম। প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি। ছিণ্ডিকেটৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য বিক্ৰেতাৰ। পশ্চিমবংগত প্ৰতিখন ট্ৰাক পাৰ হোৱাৰ নামত দিব লাগে ২০-২৫ হাজাৰ টকা । economicPotatoes 0 27 Share