Breaking

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ…

0 19

পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন। কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ।

সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল ভক্তসকল।

বৰ্তমান আহত ভক্তসকলক সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত উপস্থিত সৰ্থেবাৰীৰ আৰক্ষী ।

Leave A Reply

Your email address will not be published.