বৃদ্ধি পাইছে ৰে’ল দুৰ্ঘটনা! এইবাৰ ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা, আহত প্ৰায় ১৫০জন…
ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা৷
এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হাওৰা-মুম্বাই এক্সপ্ৰেছৰ৷
লাইনচ্যুত হ’ল হাওৰা-মুম্বাই এক্সপ্ৰেছৰ ১৮টাকৈ দবা৷
দুৰ্ঘটনাত ২জন নিহত, আহত প্ৰায় ১৫০জন৷