Breaking

বোকা পথত পিছলি পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া…

0 24

চুকাফা পঞ্চায়তৰ শান্তিপুৰ অঞ্চলৰ ৰাইজৰ খবৰ লবলৈ যাওঁতে বোকা পথত পিছলি পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

চুকাফা পঞ্চায়তে অঞ্চলটোৰ পথ সমূহ নিৰ্মাণ নকৰাৰ অভিযোগ বহুদিনৰ পৰা উত্থাপন হৈ আহিছে- সেই সন্দৰ্ভত খবৰ ল’বলৈ যাওঁতেই পিছলি পৰিল দলপতি দেৱব্ৰত শইকীয়া।

Leave A Reply

Your email address will not be published.