Breaking

মাজুলীত হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা…

0 21

মাজুলীত হাত নাও দুর্ঘটনা
হাত নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এগৰাকী মহিলা
সন্ধানহীন মহিলাগৰাকী জেতুকী পেগু
মাছ মাৰিবলৈ যাওঁতে নাৱৰ পৰা পৰি সন্ধানহীন মহিলাগৰাকী


উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত এই দুর্ঘটনা
পানী সোমোৱাৰ ফলতে দুর্ঘটনাত পতিত নাওখন
উজনি মাজুলীৰ জাবৰচুক কাঠনিত এই শোকাৱহ ঘটনা


সন্ধিয়া মাছ ধৰিবলৈ গৈছিল ৪ গৰাকী মহিলা
ইয়াৰে এগৰাকী মহিলা পৰি যায় ব্ৰহ্মপুত্ৰত
ঘটনাস্থলীত SDRF উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান

Leave A Reply

Your email address will not be published.