Breaking

ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ ধৃতিস্মিতা কলিতাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল…

0 36

ৰঙিয়া মূৰাৰা গাঁওৰ নিবাসী শ্ৰী গোপাল কলিতাৰ জ্যেষ্ঠ কন্যা তথা ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ এগৰাকী মেধাৱী ছাত্ৰী শ্ৰী ধৃতিস্মিতা কলিতাই সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সংস্কৃত

বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সমগ্ৰ ৰঙিয়াৰ লগতে মহাবিদ্যালয় খনলৈ গৌৰৱ তথা সুনাম কঢ়িয়াই অনাৰ শুভ ক্ষণত ধৃতিস্মিতালৈ আন্তৰিক শুভেচ্ছা

আৰু অভিনন্দন জ্ঞাপন কৰিলে ৰাজ্য়িক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাই ।

Leave A Reply

Your email address will not be published.