Breaking

ছত্তিশগড়ৰ ৰাজ্যপাল ৰূপে শপত ললে অসম সন্তান ৰমেন ডেকাই…

0 34

ছত্তিশগড়ৰ ৰাজ্যপালৰ দায়িত্বত অসম সন্তান। ছত্তিশগড়ৰ ৰাজ্যপাল ৰূপে শপত ললে ৰমেন ডেকাই।

প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ছত্তিশগড়ৰৰ মুখ্যমন্ত্ৰী লগতে বিধায়ক সকলো।

Leave A Reply

Your email address will not be published.