Breaking

পেৰিছ অলিম্পিকত বেডমিণ্টনৰ গ্ৰুপ পৰ্যায়ত পি ভি সিন্ধুৰ জয়…

0 36

পেৰিছ অলিম্পিকৰ পৰা আহিছে আন এক সুখবৰ।

পেৰিছ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু।

গ্ৰুপৰ দুয়োখন মেচতে তেওঁ জয়লাভ কৰে।

ভাৰতীয় শ্বাটলাৰসকলে নক আউট পৰ্যায়ত উপনীত হয়।

এষ্ট’নিয়াৰ ক্ৰিষ্টিন কুবাক পৰাস্ত কৰি জয়ী পি ভি সিন্ধু।

বৃহস্পতিবাৰে তেওঁ প্ৰি-কোৱাৰ্টাৰত খেলিব।

Leave A Reply

Your email address will not be published.