Breaking

মালিকৰ প্ৰতি কুকুৰৰ অপ্রীতিম ভালপােৱা ! ২৫০ কিলোমিটাৰ ভ্ৰমি গৰাকীৰ ওচৰলৈ ঘূৰি আহিল হেৰুওৱা কুকুৰ…

0 32

২৫০ কিলোমিটাৰ ভ্ৰমি গৰাকীৰ ওচৰলৈ ঘূৰি আহিল হেৰুওৱা কুকুৰ। তীৰ্থযাত্ৰাৰ সময়ত হেৰাইছিল কুকুৰটো।

কৰ্ণাটকৰ নিপানীৰ সমীপৰ নিজৰ গৃহ গাঁও যমগৰ্ণীলৈ উভতি আহিল কুকুৰটো।

কুকুৰটো ঘূৰাই পাই মালা পিন্ধাই আদৰিলে গৰাকীয়ে।

Leave A Reply

Your email address will not be published.