Breaking

বিয়লি ২:৩০ বজাত অলিম্পিকৰ ৰিঙত নামিব বক্সাৰ নিখাত জাৰিন…

0 37

বিয়লি ২:৩০ বজাত অলিম্পিকৰ ৰিঙত নামিব বক্সাৰ নিখাত জাৰিন।

৫০ কেজি শাখাত ১৬ ৰাউণ্ডৰ খেলখনত নিখাতৰ প্ৰতিদ্বন্দ্বী চীনৰ ৱু ইউ।

ইয়াৰ পূৰ্বে জাৰ্মানীৰ মেক্সি কেৰিনা ক্ল’টজাৰৰ বিৰুদ্ধে প্ৰথমখন যুঁজত স্ক্ৰেপি বাউটত জয়লাভ কৰিছিল নিখাতে।

উল্লেখ্য যে, বৰ্তমানৰ ৫২ কেজিৰ বিশ্ব চেম্পিয়ন চীনৰ ৱু ইউ।

Leave A Reply

Your email address will not be published.