মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়লৈ পৰামৰ্শ। শেহতীয়া পৰিস্থিতিৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ।
লেবানন থকা সকলো ভাৰতীয়ক ভাৰতীয় দূতাৱাসৰে সম্পৰ্ক ৰখাৰ পৰামৰ্শ। ভাৰতীয় দূতাৱাসে মুকলি কৰিছে মেইল ID আৰু ফোন নম্বৰ।
+96176860128 ফোন নম্বৰ মুকলি কৰিছে ভাৰতীয় দূতাৱাসে। ইয়াৰ উপৰিও CONS.BEIRUT@MEA.GOV.IN মেইল ID মুকলি।