Breaking

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, মাত্ৰ ৪৬ চেকেণ্ডতেই ঢলি পৰিল ইটালীৰ মহিলা বক্সাৰ…

0 39

পেৰিচ অলিম্পিক বক্সিং ৰিঙত পুৰুষৰ হাতত পৰাজয় মহিলা বক্সাৰ, মাত্ৰ ৪৬ চেকেণ্ডতেই ঢলি পৰিল ইটালীৰ মহিলা বক্সাৰ। ইমান খালিফৰ হাতত ইটালীৰ মহিলা বক্সাৰ এঞ্জেলা কাৰিনীৰ পৰাজয়৷ পৰাজয়ৰ পাছতেই পেৰিছ অলিম্পিকত লিংগ বিতৰ্ক৷

২০২২ বৰ্ষত দিল্লীত অনুষ্ঠিত হোৱা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ‘পুৰুষ’ হোৱাৰ অভিযোগত আলজেৰিয়াৰ ইমানক স্বৰ্ণ পদকৰ মেচৰ পূৰ্বে অন্তিম মুহূর্তত নিষিদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰ পেৰিছ অলিম্পিকত কিয় খেলুৱৈগৰাকীক খেলিব দিয়া হ’ল তাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা৷

Leave A Reply

Your email address will not be published.