Breaking

ধুবুৰীত অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান…

0 21

ধুবুৰীত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক৷ অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান৷

ৰাকিবুল ইছলাম আহমেদ নামৰ জোৱানজনক আটক৷

জোৱানজনে বিজেপিৰ নেতা বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল ধন৷

Leave A Reply

Your email address will not be published.