Breaking

মণিপুৰৰ কাংপকপি জিলাৰ লুংহৌৰ এলেকাত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ…

0 17

মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।‌ বিষ্ণুপুৰ উয়ুমাখং আৰু কাংপকপি জিলাৰ লুংহৌৰ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিছে।

কাংপকপি জিলাৰ লুংহৌৰ এলেকাত চলোৱা অভিযানত দুটা ১২-ব’ৰৰ ৰাইফলৰ, এটা পইন্ট টু টু এছাল্ট ৰাইফল, মেগাজিনৰ সৈতে এটা ৭.৬২ এমএম এছাল্ট ৰাইফল, নটা সজীৱ গুলী

, এটা বোমা, ২৬টা খালী কাৰ্টিজ সহ অন্যান্য বিষ্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Leave A Reply

Your email address will not be published.