Breaking

শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্তঃ এই কথা জনালে শিক্ষামন্ত্ৰীয়ে…

0 33

আৰোহণ আঁচনিৰ অধীনত চাৰিদিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এখন বাছ ডিব্ৰুগড়ত দুৰ্ঘটনাগ্ৰস্ত হয়।

সম্প্ৰতি সকলো নিৰাপদ আৰু এ এম চি এইচত চিকিৎসা গ্ৰহণ কৰি আছে। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

Leave A Reply

Your email address will not be published.