Breaking

Bigg Boss OTT 3 Grand Finaleৰ খিতাপ জয় অভিনেত্ৰী ছানা মকবুলৰ…

0 29

Bigg Boss OTT 3 Grand Finaleৰ খিতাপ জয় অভিনেত্ৰী ছানা মকবুলৰ। ট্ৰফীসহ ২৫ লাখ টকা লাভ কৰে অভিনেত্ৰী ছানা মকবুলে। অনিল কাপুৰৰ আয়োজন কৰা ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ৩ত সানা মকবুলে নাইজীক পৰাস্ত কৰে।

ফিনালেত প্ৰতিযোগীসকলৰ সন্ধিয়াৰ আকৰ্ষণ আছিল অভিনেতা শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমা। অনিল কাপুৰৰ সৈতে মঞ্চত যোগদান কৰি তেওঁলোকে আগন্তুক ছবি ষ্ট্ৰী ২ৰ প্ৰচাৰ কৰে।

Leave A Reply

Your email address will not be published.