Breaking

আজি দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন ! প্ৰকল্পৰ ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

0 28

আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ভূমিপূজন কাৰ্যসূচী। প্ৰকল্পৰ ভূমিপূজন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

২৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব প্ৰকল্প। ৫১৭ বিঘা ২৭ কঠা মাটিত নিৰ্মাণ হ’ব এই প্ৰকল্প। প্ৰকল্পত নিয়োগ কৰা হ’ব ২৭ হাজাৰ কৰ্মচাৰী।

প্ৰায় ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য। প্ৰকল্পটোত প্রতিদিনে উৎপাদন হ’ব ৪৮ মিলিয়ন চিপ্‌ছ।

Leave A Reply

Your email address will not be published.