Breaking

প্ৰেমৰ নগৰ পেৰিছত পেৰিছ অলিম্পিকত সহ-খেলুৱৈক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ…

0 21

প্ৰেমৰ নগৰ পেৰিছত পেৰিছ অলিম্পিকত সহ-খেলুৱৈক আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ।

পেৰিছ ২০২৪ৰ মিক্সড ডাবলছ বেডমিণ্টনৰ পদক অনুষ্ঠানৰ শেষত চীনৰ স্বৰ্ণ পদক বিজয়ী ঝেংচিৱেইয়ে তেওঁৰ সহ-পদক বিজয়ী হুয়াং য়া কিয়ঙক আগবঢ়ালে বিবাহৰ প্ৰস্তাৱ।

হুয়াং ইয়া কিয়াঙে লগে লগে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱক গ্ৰহণ কৰে। তাৰ পিছত লিউ ইউচেনে কিয়ঙক হীৰা আঙঠি পিন্ধাই দিলে আৰু ফুলৰ থোপা এটা দিলে। এই সুন্দৰ মুহূৰ্তটো দেখি লা চেপেল এৰিনাত উপস্থিত থকা সকলো দৰ্শকে আনন্দত জপিয়াই উঠিল।

Leave A Reply

Your email address will not be published.